ভাৰতৰ  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  আজি  বিদেশ ভ্ৰমণৰ অংশ হিচাবে ঘানাৰ  আক্ৰাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক  ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই  আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়। মোদীৰ এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক  শক্তিশালী  কৰাৰ লগতে দেশ দুখনৰ মাজত থকা  ঐতিহাসিক বান্ধোনক পুনৰবাৰ  উজলাই তুলিছে।

 

 বিগত তিনিটা দশকৰ ভিতৰত  এয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ । মোদীৰ এই ঐতিহাসিক ভ্ৰমণে ভাৰত আৰু ঘানাৰ মাজত অংশীদাৰিত্বক  অধিক গভীৰ কৰি তুলিব তথা আফ্ৰিকা আৰু গ্ল’বেল চাউথ সহযোগীৰ সৈতে ভাৰতৰ সংযোগক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰি তুলিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch