ঢাকাত উপস্থিত প্ৰধানমন্ত্ৰী

Published By : Admin | March 26, 2021 | 10:00 IST

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশত উপস্থিত হৈছে৷ এয়া এক ঐতিহাসিক ভ্ৰমণ, কিয়নো এইবাৰ শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী উপলক্ষে মুজিব বৰ্ষ; ভাৰত আৰু বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০তম বৰ্ষপূৰ্তি আৰু বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ ৫০তম বৰ্ষপূৰ্তি উদযাপন কৰিছে৷

 

 

এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু তেওঁৰ কেবিনেটৰ মন্ত্ৰীবৰ্গই প্ৰধানমন্ত্ৰী মোদীক হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়৷

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে ১৯জাই গুলী ফুটুৱাৰ লগতে সেনাই অভিবাদন জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future