প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গে’মছত ৰূপৰ পদক অৰ্জন কৰা ‘মহিলা ট্ৰেপ দল’টোৰ লগতে মনীষা কীৰ, প্ৰীতি ৰজক আৰু ৰাজেশ্বৰী কুমাৰীৰ চমৎকাৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে ‘এক্স’ দিয়া ‘পোষ্ট’ত কয়;
"আমাৰ মহিলা ট্ৰেপ দলটোৱে দক্ষতা আৰু নিখুঁততাৰ এক চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰিলে, যাৰ সুবাদত ভাৰতে এই প্ৰতিযোগিতাত ৰূপৰ পদক জিকিবলৈ সক্ষম হ’ল! ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে মনীষা কীৰ, প্ৰীতি ৰজক আৰু @RiaKumari7ক প্ৰশংসা কৰিছো।"
A spectacular display of skill and precision by our Women's Trap Team, as India wins's Silver Medal in this event! Well done Manisha Keer, Preeti Rajak and @RiaKumari7 for the exceptional performance. pic.twitter.com/ne5hfHsZC5
— Narendra Modi (@narendramodi) October 1, 2023


