প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প’ৰ্ট অৱ স্পেইনত ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ চিৰস্থায়ী সাংস্কৃতিক বন্ধনত আলোকপাতেৰে স্পন্দনশীল ভোজপুৰী চৌতাল প্ৰদৰ্শন কাৰ্য্যৰ শলাগ লয়।

ইয়াৰ জৰিয়তে বিশেষকৈ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভোজপুৰী পৰম্পৰাই প্ৰাণ পাই অহা পূব উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লগতে উভয় ৰাষ্ট্ৰৰ বদ্ধমূল সম্পৰ্কৰ অনুৰণন ঘটে।

এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"এক অতুলনীয় সাংস্কৃতিক সংযোগ!

প'ৰ্ট অৱ স্পেইনত ভোজপুৰী চৌতাল প্ৰদৰ্শন প্ৰত্যক্ষৰে পৰম সন্তোষ পাইছোঁ। বিশেষকৈ পূব উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কিছু অংশৰ লগতে ত্ৰিনিদাদ আৰু টোবাগো-ভাৰতৰ মাজৰ সংযোগ উল্লেখযোগ্য।"

 

 

"एगो अनमोल सांस्कृतिक जुड़ाव !

बहुत खुशी भइल कि पोर्ट ऑफ स्पेन में हम भोजपुरी चौताल प्रस्तुति के प्रदर्शन देखनी. त्रिनिदाद एंड टोबैगो आ भारत, खास करके पूर्वी यूपी आ बिहार के बीच के जुड़ाव उल्लेखनीय बा।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat