প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনাত পীড়িতসকললৈ এককালীন সাহায্য ঘোষণা কৰিছে৷

পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ আত্মীয়ক ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় টুইটাৰ পোষ্টত কয়;

“মধ্যপ্ৰদেশৰ দিনদৌৰীৰ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী ব্যক্তি আত্মীয়ক ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi