Share
 
Comments
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজি(পিএমএনআৰএফ)ৰ পৰা বাছ দুৰ্ঘটনাত মৃত লোকসকলৰ আত্মীয়লৈ ২লাখকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কয়,

“নাছিকৰ বাছ দুৰ্ঘটনাক লৈ মৰ্মাহত হৈছো৷ এই দুৰ্ঘটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ স্থানীয় প্ৰশাসনে পীড়িত লোকসকলক সম্ভাব্য সকলো ধৰণৰ সাহাৰ্য আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

"নাছিকৰ বাছত সু্ত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত যিসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development

Media Coverage

Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates boxer, Lovlina Borgohain for winning gold medal at Boxing World Championships
March 26, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has congratulated boxer, Lovlina Borgohain for winning gold medal at Boxing World Championships.

In a tweet Prime Minister said;

“Congratulations @LovlinaBorgohai for her stupendous feat at the Boxing World Championships. She showed great skill. India is delighted by her winning the Gold medal.”