প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ দোহা ভ্ৰমণৰ প্ৰথমাৰ্ধত আজি দেশখনৰ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুলৰহমান আল থানিক সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, শক্তি, বিত্ত আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰে। তেওঁলোকে পশ্চিম এছিয়াৰ শেহতীয়া আঞ্চলিক উন্নয়নৰ বিষয়েও আলোচনা কৰে আৰু অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰত শান্তি আৰু স্থিৰতা বজাই ৰখাত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পাছত শ্ৰীমোদীয়ে তেওঁৰ সন্মানাৰ্থে কাটাৰৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা আয়োজিত নৈশ ভোজত অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future