প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মোহনলাল জীক দাদাচাহেব ফাল্কে বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী মোহনলাল জী হৈছে উৎকৃষ্টতা আৰু বহুমুখীতাৰ প্ৰতিমূৰ্তি। শ্ৰী মোদীয়ে কয়, "দশক দশক ধৰি চহকী কামেৰে তেওঁ মালয়ালম চিনেমা আৰু থিয়েটাৰৰ আগশাৰীৰ ব্যক্তি হিচাপে ধৰা দিছে আৰু কেৰালাৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ গভীৰ আবেগ জড়িত হৈ আছে। তেলেগু, তামিল, কানাড়া  আৰু হিন্দী ছবিতো তেওঁ উল্লেখযোগ্য অভিনয় কৰিছে। বিভিন্ন মাধ্যমত তেওঁৰ চিনেমা আৰু নাট্যৰ বিচক্ষণতা সঁচাকৈয়ে প্ৰেৰণাদায়ক।"

এক্সৰ ওপৰত এটা পোষ্টত শ্ৰী মোদীয়ে কয়।

"শ্ৰী মোহনলাল জী হৈছে উৎকৃষ্টতা আৰু বহুমুখীতাৰ প্ৰতিমূৰ্তি। দশক দশক ধৰি চহকী কৰ্মৰে তেওঁ মালয়ালম চিনেমা আৰু থিয়েটাৰৰ আগশাৰীৰ ব্যক্তি হিচাপে ধৰা দিছে আৰু কেৰেলাৰ সংস্কৃতিৰ প্ৰতি গভীৰ আবেগ জড়িত হৈ আছে। তেলেগু, তামিল, কানাড়া, আৰু হিন্দী ছবিতো তেওঁ উল্লেখযোগ্য অভিনয় কৰিছে। বিভিন্ন মাধ্যমৰ মাজেৰে তেওঁৰ চিনেমা আৰু নাট্যৰ বিচক্ষণতা সঁচাকৈয়ে প্ৰেৰণাদায়ক।"

তেওঁক দাদাচাহেব ফালকে বঁটা লাভ কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁৰ এই কৃতিত্বই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাওক।"

@Mohanlal

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥