প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ পৰম মিত্ৰ তথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু মিছেছ জোডি হেডনক তেওঁলোকৰ বিয়া উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে শুভেচ্ছা জনাই কয়ঃ
'মোৰ পৰম মিত্ৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু শ্ৰীমতী জোডি হেডনক তেওঁলোকৰ বিয়া উপলক্ষে অভিনন্দন জনালোঁ। তেওঁলোকৰ সুখী বৈবাহিক জীৱনৰ কামনা কৰিলোঁ।@AlboMP”
Congratulations to my good friend, PM Anthony Albanese and Ms. Jodie Haydon on their wedding. Wishing them a happy married life.@AlboMP https://t.co/6Dyq4dw2TC
— Narendra Modi (@narendramodi) November 29, 2025


