প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদানৰ কথা সাহাৰ্য ঘোষণ কৰে।
পিএমঅ’ ইণ্ডিয়া এক্স হেণ্ডেলত কয়ঃ
“উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি দুখ প্ৰকাশ কৰিছো। দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা লোকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
Saddened by the loss of lives due to a road accident in Pithoragarh, Uttarakhand. Condolences to those who have lost their loved ones in the mishap. May the injured recover soon.
— PMO India (@PMOIndia) July 15, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The…


