প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধুত্বৰ মনোভাৱৰ গভীৰ শলাগ লয়
প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপলৈ ভাৰতৰ সমৰ্থন আগবঢ়ায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ড’নাল্ড জে. ট্ৰাম্পৰপৰা এটা ফোন কল লাভ কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি ট্ৰাম্পে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাই তেওঁৰ বন্ধুত্বৰ মনোভাৱৰ গভীৰ শলাগ লয়।

দুয়োগৰাকী নেতাই ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন বৈশ্বিক কৌশলগত অংশীদাৰিত্বক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা দোহাৰে।

তেওঁলোকে ইয়াৰ উপৰিও ভিন্ন আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতি সন্দৰ্ভত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক্ষেপলৈ ভাৰতৰ সমৰ্থন আগবঢ়ায়।

নেতাদ্বয়ে এইদৰে যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুন 2026
June 20, 2026

Appreciation for PM Modi’s Vision of Vikas and Virasat for a Viksit Bharat