নেতাদ্বয়ে ‘ভাৰত-ৰাছিয়া বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ অধিক শক্তিশালী কৰিবলৈ সন্মতি প্ৰকাশ কৰে
চলিত ‘ব্ৰিকছ’-ৰ অধ্যক্ষ পদৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ব্লাদিমিৰ পুটিনৰ পৰা অহা টেলিফোন গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ব্লাদিমিৰ পুটিনৰ পৰা অহা টেলিফোন গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতি পুটিনে সাধাৰণ নিৰ্বাচনত সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক উষ্ম অভিনন্দন জনায় আৰু ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে ভাৰত-ৰাছিয়া বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি যাবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনত ব্ৰিকছৰ চলিত অধিৱেশনত ৰাছিয়াৰ অধ্যক্ষতাৰ বাবে ৰাষ্ট্ৰপতি পুটিনলৈ শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োজন নেতাই যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs

Media Coverage

Womaniya' initiative of GeM, sees 27.6% growth, Rs 28,000 crore contracts awarded to women MSEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 এপ্ৰিল 2026
April 11, 2026

PM Modi’s Vision in Overdrive: From Electric Buses to Gaganyaan — India’s Multi-Speed March to Viksit Bharat