Share
 
Comments

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ সৈতে বৈঠক কৰিছে।

বৈঠকত তেওঁলোকে ভাৰতত টেলিযোগাযোগ আৰু বৈদ্যুতিন ক্ষেত্রত বিনিয়োগৰ সুযোগ আৰু সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তদুপৰি বৈদ্যুতিন ব্যৱস্থাৰ নক্সা আৰু উৎপাদনৰ বাবে উৎসাহ ভিত্তিক উৎপাদন প্রকল্প তথা ভাৰতত ছেমিকণ্ডাক্টৰৰ সৰবৰাহ শৃঙ্খল প্ৰস্তুত কৰাক লৈ কথা হৈছে।  ভাৰতত স্থানীয় উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে কৌশলক লৈও  আলোচনা হৈছে ।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Digital transformation: Supercharging the Indian economy and powering an Aatmanirbhar Bharat

Media Coverage

Digital transformation: Supercharging the Indian economy and powering an Aatmanirbhar Bharat
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM praises German Embassy's celebration of Naatu Naatu
March 20, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi praised the Video shared by German Ambassador to India and Bhutan, Dr Philipp Ackermann, where he and members of the embassy celebrated Oscar success of the Nattu Nattu song. The video was shot in Old Delhi.

Earlier in February, Korean embassy in India also came out with a video celebrating the song

Reply to the German Ambassador's tweet, the Prime Minister tweeted :

"The colours and flavours of India! Germans can surely dance and dance well!"