প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা আৰু ভাৰতৰ দীৰ্ঘম্যাদী নিৰাপত্তা তথা উন্নয়নৰ লক্ষ্যসমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত কৌশলগত জ্ঞান, সামঞ্জস্যপূর্ণ সংযম আৰু নিৰ্ণায়ক পদক্ষেপৰ স্থায়ী মূল্যৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা সংস্কৃত উক্তি প্ৰয়োগ কৰি এইদৰে লিখেঃ
“सुदुर्बलं नावजानाति कञ्चिद् युक्तो रिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः॥”
सुदुर्बलं नावजानाति कञ्चिद् युक्तो रिपुं सेवते बुद्धिपूर्वम्।
— Narendra Modi (@narendramodi) December 11, 2025
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः॥ pic.twitter.com/OiRZQoKaMU


