PM Modi to launch the #SwachhataHiSeva movement
#SwachhataHiSeva aims at generating greater public participation towards cleanliness
#SwachhataHiSeva: PM Modi to interact with a cross-section of people from 18 locations across the country

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব।

পষেকজোৰা আন্দোলনৰ শুভাৰম্ভণী অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ১৮টা স্থানৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া লোকসকলৰ ভিতৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সেনা জোৱান, আধ্যাত্মিক গুৰু, দুগ্ধ আৰু কৃষি সমবায়ৰ সদস্যবৰ্গ, সাংবাদিক, স্থানীয় চৰকাৰৰ প্ৰতিনিধি, ৰে’লৱেৰ কৰ্মচাৰী, আত্মসহায়ক গোট আৰু স্বচ্ছাগ্ৰহীৰ লগতে অন্যান্য ক্ষেত্ৰৰ একাংশ ব্যক্তি উল্লেখ্যযোগ্য।

স্বচ্ছতা হী সেৱা আন্দোলনৰ লক্ষ্য হৈছে ২০১৮ৰ ২ অক্টোবৰত স্বচ্ছ ভাৰত অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ আৰু মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভণীৰ লগত সংগতি ৰাখি দেশৰ বিশাল সংখ্যক লোকক স্বচ্ছতাৰ সৈতে জড়িত কৰোৱা।

কিছুদিন পূৰ্বে এই আন্দোলনক “বাপুৰ প্ৰতি মহান শ্ৰদ্ধাঞ্জলি” হিচাপে আখ্যা দি প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ বাৰ্তাযোগে দেশবাসীক “এই আন্দোলনৰ অংশ হওক আৰু স্বচ্ছ ভাৰতৰ প্ৰচেষ্টাক শক্তিশালী কৰক” বুলি আহ্বান জনাইছিল।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥