QuotePM Modi to launch the #SwachhataHiSeva movement
Quote#SwachhataHiSeva aims at generating greater public participation towards cleanliness
Quote#SwachhataHiSeva: PM Modi to interact with a cross-section of people from 18 locations across the country

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব।

পষেকজোৰা আন্দোলনৰ শুভাৰম্ভণী অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ১৮টা স্থানৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া লোকসকলৰ ভিতৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সেনা জোৱান, আধ্যাত্মিক গুৰু, দুগ্ধ আৰু কৃষি সমবায়ৰ সদস্যবৰ্গ, সাংবাদিক, স্থানীয় চৰকাৰৰ প্ৰতিনিধি, ৰে’লৱেৰ কৰ্মচাৰী, আত্মসহায়ক গোট আৰু স্বচ্ছাগ্ৰহীৰ লগতে অন্যান্য ক্ষেত্ৰৰ একাংশ ব্যক্তি উল্লেখ্যযোগ্য।

স্বচ্ছতা হী সেৱা আন্দোলনৰ লক্ষ্য হৈছে ২০১৮ৰ ২ অক্টোবৰত স্বচ্ছ ভাৰত অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ আৰু মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভণীৰ লগত সংগতি ৰাখি দেশৰ বিশাল সংখ্যক লোকক স্বচ্ছতাৰ সৈতে জড়িত কৰোৱা।

কিছুদিন পূৰ্বে এই আন্দোলনক “বাপুৰ প্ৰতি মহান শ্ৰদ্ধাঞ্জলি” হিচাপে আখ্যা দি প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ বাৰ্তাযোগে দেশবাসীক “এই আন্দোলনৰ অংশ হওক আৰু স্বচ্ছ ভাৰতৰ প্ৰচেষ্টাক শক্তিশালী কৰক” বুলি আহ্বান জনাইছিল।”

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Digital India At 10: A Decade Of Transformation Under PM Modi’s Vision

Media Coverage

Digital India At 10: A Decade Of Transformation Under PM Modi’s Vision
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of Prime Minister to Ghana
July 03, 2025

I. Announcement

  • · Elevation of bilateral ties to a Comprehensive Partnership

II. List of MoUs

  • MoU on Cultural Exchange Programme (CEP): To promote greater cultural understanding and exchanges in art, music, dance, literature, and heritage.
  • MoU between Bureau of Indian Standards (BIS) & Ghana Standards Authority (GSA): Aimed at enhancing cooperation in standardization, certification, and conformity assessment.
  • MoU between Institute of Traditional & Alternative Medicine (ITAM), Ghana and Institute of Teaching & Research in Ayurveda (ITRA), India: To collaborate in traditional medicine education, training, and research.

· MoU on Joint Commission Meeting: To institutionalize high-level dialogue and review bilateral cooperation mechanisms on a regular basis.