প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৭ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"কাইলৈ অৰ্থাৎ ২৭ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিম"।
At 12 noon tomorrow, 27th April, will be interacting with state Chief Ministers to review the COVID-19 situation.
— Narendra Modi (@narendramodi) April 26, 2022