প্ৰধানমন্ত্ৰীয়ে কাইলৈ পুৱা ৯.৩০ বজাত ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব। এই বাৰ্তালাপৰ জৰিয়তে তেওঁ প্ৰত্যক্ষভাৱে কৃষকসকলৰ সমস্যাৰ বিষয়ে শুনাৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহো আলোচনা কৰা হ’ব। কৃষি বিজ্ঞান কেন্দ্ৰ, সামূহিক সেৱা কেন্দ্ৰ(চিএছচি), দূৰদৰ্শন, ডি ডি কিষাণ আৰু আকাশবাণীৰ জৰিয়তে সমগ্ৰ দেশতে এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। প্ৰায় ২ লাখ সামূহিক সেৱা কেন্দ্ৰ(চিএছচি) আৰু ৬০০ কৃষি বিজ্ঞান কেন্দ্ৰক ভিডিঅ’ সংযোগৰ জৰিয়তে সংযোগ কৰা হ’ব। জনসাধাৰণে “নৰেন্দ্ৰ মোদী এপ”(Narendra Modi App)ৰ জৰিয়তেও প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব পাৰিব।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Rs 4,31,138 Crore: How Govt Achieved The Big Savings Figure From Direct Benefit Transfer

Media Coverage

Rs 4,31,138 Crore: How Govt Achieved The Big Savings Figure From Direct Benefit Transfer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2025
August 06, 2025

From Kartavya Bhavan to Global Diplomacy PM Modi’s Governance Revolution