প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ মুনিৰ্কাত কাইলৈ কেন্দ্ৰীয় তথ্য আয়োগ(চিআইচি)ৰ নতুন চৌহদৰ শুভাৰম্ভ কৰিব। এই নতুন ভৱনটোত আয়োগে একেটা স্থানৰ পৰাই সকলো কাম-কাজ সম্পাদন কৰিব পাৰিব। পূৰ্বতে দুটা ভাড়াঘৰৰ পৰা ইয়াৰ কাম চলিছিল। চিআইচিৰ নতুন অত্যাধূনিক ভৱনটো ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ নিগমে নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বেই সম্পূৰ্ণ কৰে। পাঁচমহলীয়া গৃহটোত কেন্দ্ৰীয় তথ্য আয়োগৰ হিয়েৰিং কোঠাসমূহ অত্যাধূনিক ৰূপত তথ্য-প্ৰযুক্তি তথা ভিডিঅ’ কনফাৰেন্সিঙৰো সু-ব্যৱস্থাসম্পন্ন কৰা হৈছে। চিআইচি হৈছে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত স্থাপন কৰা সৰ্বোচ্চ আপীল নিকায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism

Media Coverage

India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 জুলাই 2026
July 01, 2026

PM Modi's Vision: Driving Digital Empowerment, Inclusive Development and India's Global Rise