PM to address two video conferences on 31st December and 1st January

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সযোগে দুখন সভাত ভাষণ আগঢবঢ়াব।

৩১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে কেৰালাৰ বৰ্কালাৰ শিৱগিৰি মঠত অনুষ্ঠিত ৮৫সংখ্যক শিৱগিৰি তীৰ্থযাত্ৰী সমাৰোহৰ উদ্বোধনী ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শিৱগিৰি হৈছে এগৰাকী মহান সন্যাসী আৰু ভাৰতৰ সমাজ সংস্কাৰক শ্ৰী নাৰায়ণ গুৰু পবিত্ৰ আবাস।

২০১৮ৰ ১ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে অধ্যাপক এছ.এন বসুৰ ১২৫ সংখ্যক জন্মদিন উপলক্ষে কলকাতাত আয়োজিত স্মৃতিচাৰণ সমাৰোহত ভাষণ আগবঢ়াব। সত্যন্দ্ৰনাথ বেনাৰ্জী এগৰাকী ভাৰতীয় পদাৰ্থবিদ আছিল আৰু তেওঁ কোৱাণ্টাম মেকানিকছৰ বাবে বিখ্যাত হৈছিল আৰু ইয়াৰ জৰিয়তে তেওঁ বসু-আইনষ্টাইন পৰিসংখ্যাৰ ভেঁটি গঢ়িছিল। বসুৱেই ক্ষুদ্ৰ ক্ষুদ্ৰ পৰমাণুৰ অৱধাৰণাক মানি লৈছিল আৰু সেয়েহে অধ্যাপক বসুৰ নাম অনুসৰি ইয়াৰ নাম ‘বছনছ’ ৰখা হয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2026
July 28, 2026

From Factories to Space & High-Speed Rail: How PM Modi’s Vision is Rewiring India’s Future