প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেডমিণ্টন খেলুৱৈ তথা অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলিষ্ট লক্ষ্য সেনক প্ৰশংসা কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"@lakshya_sen আপোনাৰ বাবে আমি গৌৰৱান্বিত! আপুনি যথেষ্ট শক্তি আৰু অধ্যৱসায় দেখুৱাইছিল। আপুনি আবেগেৰে যুঁজিছিল। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা। মই নিশ্চিত যে আপুনি সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰি থাকিব। "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi