জয়ন্তী উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “জয়ন্তী উপলক্ষে মই নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতি প্ৰণিপাত জনাইছো৷ তেওঁ এগৰাকী সাহসী যোদ্ধা আছিল, যিগৰাকীয়ে ভাৰতৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এক মৰ্যাদাপূৰ্ণ জীৱনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ আমি তেওঁ আদৰ্শৰাজিক বাস্তৱায়িত কৰাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian IPO market heads for busiest week with $1.7 billion in deals

Media Coverage

Indian IPO market heads for busiest week with $1.7 billion in deals
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুন 2025
June 20, 2025

Appreciation for PM Modi’s Vision, Elevating India’s Cultural and Global Stature