জয়ন্তী উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “জয়ন্তী উপলক্ষে মই নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতি প্ৰণিপাত জনাইছো৷ তেওঁ এগৰাকী সাহসী যোদ্ধা আছিল, যিগৰাকীয়ে ভাৰতৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এক মৰ্যাদাপূৰ্ণ জীৱনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ আমি তেওঁ আদৰ্শৰাজিক বাস্তৱায়িত কৰাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026