প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাচিত দিৱসত লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ''লাচিত দিৱস উপলক্ষে, আমি বীৰ লাচিত বৰফুকনলৈ প্ৰণিপাত জনাইছোঁ। এজন অনবদ্য নেতা আৰু ৰণনীতিত পাৰ্গত বৰফুকনে অসমৰ অনন্য সংস্কৃতি ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দুখীয়া আৰু নিপীড়িত লোকৰ সবলীকৰণৰ বাবেও তেওঁ যথেষ্ট অৱদান আগবঢ়াইছিল।''

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep