PM attends closing ceremony of the Birth Centenary Celebration of the 19th Kushok Bakula Rinpoche in Leh
PM unveils plaque to mark the commencement of work on the Zojila Tunnel

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷

লেহত অনুষ্ঠিত ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত তেওঁ উপস্থিত থাকে৷ একেটা অনুষ্ঠানতে তেওঁ এখন ফলক মুকলিৰে ঝ’জিলা সুৰংগৰ কাম শুভাৰম্ভ কৰে৷

১৪ কিলোমিটাৰ দৈৰ্ঘৰ ঝ’জিলা সুৰংগ হব দেশৰ সবাতোকৈ দীঘল পথ সুৰংগ আৰু এছিয়াৰ সবাতোকৈ দীঘল দ্বি-নিৰ্দেশক সুৰংগ৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট বৈঠকে চলিত বৰ্ষৰ আৰম্ভণিতে এই সুৰংগৰ নিৰ্মাণ, সঞ্চালন আৰু ৰক্ষণাবেক্ষণত অনুমোদন দিছিল৷ এনএইচ-১এৰ শ্ৰীনগৰ-লেহ খণ্ডৰ বালটাল আৰু মিনামাৰ্গৰ মাজত স্থাপন হ’বলগীয়া সুৰংগটোৰ বাবে মুঠ ৬৮০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই সুৰংগই শ্ৰীনগৰ, কাৰ্গিল আৰু লেহৰ মাজত যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিব আৰু ঝ’জিলা অতিক্ৰম কৰোতে বৰ্তমান প্ৰয়োজন হোৱা চাৰে তিনি ঘণ্টাৰ সময় মাত্ৰ ১৫ মিনিটলৈ হ্ৰাস কৰিব৷ ইয়ে এই অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক আৰু সামাজিক-সাংস্কৃতিক একীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ কৌশলগত দিশৰ পৰাও ইয়াৰ অত্যন্ত গুৰুত্ব থাকিব৷

অনুষ্ঠানত উপস্থিত জনগণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ অৱদানক স্মৰণ কৰে৷ আনৰ সেৱাৰ বাবে তেওঁ জীৱন উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

 

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত জম্মু আৰু কাশ্মীৰৰ তিনিটাকৈ স্থান ভ্ৰমণ কৰি অত্যন্ত সুখী বুলি উল্লেখ কৰে৷

তেওঁ কয় যে জম্মু আৰু কাশ্মীৰ ৰাজ্যই ২৫,০০০ কোটি মূল্যৰ উন্নয়নমূলক প্ৰকল্প লাভ কৰিব৷ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পেলাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory

Media Coverage

'History Created In Glasgow': PM Modi Hails Indian Athletes For CWG 2026 Glory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”