প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁ যোগাসন অভ্যাস কৰি অন্য এটা ৩ডি এনিমেটেড ভিডিঅ’ প্ৰচাৰ কৰে৷ এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে ‘উস্ত্ৰাসন’ অভ্যাস কৰি থকা দেখা গৈছে৷
চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত তথা ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ‘ত্ৰিকোণাসন’, ‘তদাসন’, ‘বৃক্ষাসন’, ‘অৰ্ধচক্ৰাসন’, ‘পদহস্তাসন’ আৰু ‘ভদ্ৰাসন’ৰ দৰে একেধৰণৰ ভিডিঅ’ পূৰ্বে প্ৰচাৰ কৰিছিল৷
Sharing a video on Ustrasana. In the beginning if you find it difficult, then try Ardha Ustrasana. #FitIndia #4thYogaDay pic.twitter.com/rjvi3Q1Xwv
— Narendra Modi (@narendramodi) April 16, 2018


