Glad to know that Govt of Nepal has decided to translate Atal Ji’s poems in Nepali language: PM Modi
PM Narendra Modi and PM KP Oli jointly inaugurate Nepal-Bharat Maitri Pashupati Dharmashala in Kathmandu
There exist strong cultural and civilizational ties existing between India and Nepal: PM Modi in Kathmandu
The Dharmshala would be more than just a rest house for the pilgrims. It will further enhance ties between India and Nepal: PM Modi
India is among the fastest growing economies in the world today: PM Modi in Kathmandu
India believes in the mantra of ‘Sabka Saath, Sabka Vikas’, says Prime Minister Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে.পি অ’লীৰ সৈতে যুটীয়াভাৱে কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কাঠমাণ্ডুলৈ যেতিয়াই আহে তেতিয়াই ইয়াৰ জনসাধাৰণৰ মৰম-চেনেহ অনুভৱ কৰে৷ পশুপতিনাথ আৰু নেপালৰ আন মন্দিৰ পূৰ্বেও দৰ্শন কৰাৰ কথা তেওঁ স্মৰণ কৰে৷

ভাৰত আৰু নেপালৰ মাজত আধ্যাত্মিক সম্পৰ্কই সময় আৰু দূৰত্বৰ সীমা অতিক্ৰম কৰিছে৷ সেই দিশৰ পৰা তেওঁ আজি এই ধৰমশালা উদ্বোধন কৰিবলৈ পাই অত্যন্ত আনন্দিত বুলি প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পশুপতিনাথ, মুক্তিনাথ আৰু জানকীধাম মন্দিৰে বৈচিত্ৰতাৰ মাজত নেপালৰ ঐক্য-সংহতিক প্ৰতিফলিত কৰে৷ ইয়ে ভাৰতৰ সৈতে নেপালৰ বান্ধোনো শক্তিশালী কৰে৷ তেওঁ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ চহকী পৰম্পৰাৰ কথা উল্লেখ কৰি কয় যে কাঠমাণ্ডুত এই পৰম্পৰাৰ ধ্বনি অনুৰণিত হয়৷ তেওঁ এই কথাও উল্লেখ কৰে যে কিদৰে ভাৰত আৰু নেপালৰ মাজত বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে৷ দুয়োখন ৰাষ্ট্ৰ নিজৰ নিজৰ চহকী ঐতিহ্য-সংস্কৃতিক লৈ গৌৰৱান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

 

প্ৰধানমন্ত্ৰীয়ে সমাজৰ দূৰ্বল আৰু শোষিত-নিষ্পেষিত শ্ৰেণীৰ উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদানতো জোৰ দিয়ে৷ তেওঁ কয় যে ভাৰতে অৰ্থনৈতিক উন্নয়নত নতুন উচ্চতা স্পৰ্শ কৰিছে৷ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ ভিতৰত নেপালৰ জনসাধাৰণকো অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ শ্ৰী মোদীয়ে কয় যে নেপালৰ ৰাজনৈতিক সুস্থিৰতা দেখিবলৈ পাই ভাৰতবৰ্ষ অত্যন্ত সুখী৷ নেপালে সদায় ভাৰতৰ শুভকামনা আৰু সহযোগিতা আশা কৰিব পাৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman

Media Coverage

Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ফেব্ৰুৱাৰী 2026
February 04, 2026

Under PM Modi's Leadership: Digital Revolution, Trade Victories, and Economic Powerhouse Moments Redefining India