PM Modi inaugurates the Mohanpura Irrigation Project & several other projects in Rajgarh, Madhya Pradesh
It is my privilege to inaugurate the Rs. 4,000 crore Mohanpura Irrigation project for the people of Madhya Pradesh, says PM Modi
Under the leadership of CM Shivraj Singh Chouhan, Madhya Pradesh has written the new saga of development: PM Modi
In Madhya Pradesh, 40 lakh women have been benefitted from #UjjwalaYojana, says PM Modi in Rajgarh
Double engines of Bhopal, New Delhi are pushing Madya Pradesh towards newer heights: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোহনপুৰা জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই প্ৰকল্পই ৰাজগড় জিলাৰ কৃষি পথাৰত জলসিঞ্চনৰ সুবিধা আগবঢ়াব৷ ইয়ে অঞ্চলটোৰ বাসিন্দালৈ খোৱাপানীও যোগান ধৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন খোৱা পানী আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷

মোহনপুৰাত এক বৃহৎ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ ৰাষ্ট্ৰ সদায় নিজৰ শক্তি আৰু প্ৰচেষ্টাৰ বলতহে সুৰক্ষিত হয় বুলি ড০ মুখাৰ্জীয়ে কোৱা বাৰ্তা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঔদ্যোগিক নীতি, শিক্ষা আৰু মহিলা সৱলীকৰণ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত ড০ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ তেওঁ উল্লেখ কৰে যে ড০ মুখাৰ্জীয়ে শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাত সৰ্বাধিক গুৰুত্ব দিছিল৷ স্কিল ইণ্ডিয়া মিছন, স্মাৰ্ট আপ ইণ্ডিয়া, মুদ্ৰা যোজনা আৰু মেক ইন ইণ্ডিয়া আদিৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহত ড০ মুখাৰ্জীৰ সপোন সোমাই আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজগড় জিলা হ’ল কেন্দ্ৰীয় চৰকাৰে চিনাক্ত কৰা আকাংক্ষিত জিলাসমূহৰ অন্যতম আৰু ইয়াৰ উন্নয়নমূলক কাম এতিয়াৰে পৰা ক্ষিপ্ৰ গতিত আৰম্ভ হ’ব৷ দেশৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২১ শতিকাত ভাৰতবৰ্ষক সফলতাৰ নতুন শিখৰলৈ নিয়াৰ দিশত বলিষ্ঠভাৱে কাম কৰি আছে৷ কৃষি খণ্ডৰ উন্নয়নৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ জলসিঞ্চনযুক্ত অঞ্চল বৃদ্ধি হোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই আগুৱাব৷ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অধীনত ৰাজ্যত ১৪ টা প্ৰকল্প ৰূপায়ন কৰহা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ক্ষুদ্ৰ জলসিঞ্চনতো গুৰুত্ব আৰোপ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছইল হেল্থ কাৰ্ড, ফচল বীমা যোজনা, ই-নাম আদিৰ দৰে কেন্দ্ৰই ৰূপায়ন কৰা বিভিন্ন কৃষি আঁচনিৰ কথা আলোচনা কৰে৷ তেওঁ উজ্জ্বলা যোজনা আৰু মুদ্ৰা যোজনাৰ লাভালাভ সন্দৰ্ভতো মত ব্যক্ত কৰে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”