PM Modi unveils common mobility card, says India is now among one of the few countries in the world having a One Nation-One Card for transportation
From wellness centres to medical colleges, government is building quality healthcare infrastructure throughout the country: PM
Won't spare those who sponsor terrorism, strict action will be taken against elements working against the nation: PM Modi

প্ৰধানমন্ত্ৰীশ্রীনৰেন্দ্ৰমোদীয়েআজি আহমেদাবাদভ্ৰমণকৰে। এই ভ্ৰমণকালতে তেওঁ ভালেমান উন্নয়নমূলকপ্ৰকল্পও মুকলি কৰে।

আহমেদাবাদৰভাস্ত্রালগামমেট্রোষ্টেশ্যনতপ্ৰধানমন্ত্ৰীয়ে আহমেদাবাদমেট্রোৰপ্ৰথমপর্যায়ৰযাত্রাৰশুভাৰম্ভ কৰে। তেওঁ আহমেদাবাদমেট্রোৰদ্বিতীয়পর্যায়ৰৰো আধাৰশিলা স্থাপন কৰে। এইঅনুষ্ঠানত ‘একদেশএককার্ড’ মডেলঅনুসৰিস্বয়ংক্রিয়ভাৱেযাত্রীভাড়াসংগ্ৰহৰবাবেসম্পূর্ণদেশীয়প্ৰযুক্তিৰেনির্মিতপৰিৱেশ আৰু ব্যৱহাৰৰ অনুকূল ব্যৱস্থা আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পিছতে ফ্লেগ অফ কৰি মেট্রোৰে’লৰযাত্রাশুভাৰম্ভ কৰে আৰু এই মেট্ৰ’তে ভ্ৰমণো কৰে।

ইফালে আহমেদাবাদতপ্ৰধানমন্ত্ৰীয়ে ১২০০ খন বিচনাযুক্ত এক নতুনঅসামৰিক চিকিৎসালয়, এখন কেন্সাৰ হস্পিতাল, দন্ত চিকিৎসালয় আৰু চকপ চিকিৎসালয়ো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালতেই দাহোড়ৰে’লৱে ৱৰ্কশ্বপ আৰু পাটন-বিন্দিৰে’লৱে দেশবাসীৰ প্ৰতিউৎসৰ্গাকৰে। প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদীয়েলোথালমেৰিটাইমসংগ্ৰহালয়ৰো আধাৰশিলা মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়েবিজেমেডিকেল কলেজখেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰে। তেওঁ কয়, আজিএইঐতিহাসিকদিনটোত আহমেদাবাদমেট্রোৰস্বপ্নবাস্তৱায়িত হ’ল। আহমেদাবাদৰজনসাধাৰণে এতিয়াৰে পৰা এই ৰে’লযোগে আৰামপ্ৰদআৰু পৰিৱেশ অনুকূল পৰিবহনব্যবস্থাব্যবহাৰকৰাৰসুযোগলাভ কৰিব। তেওঁ লগতে কয়, ২০১৪ চনৰ পূৰ্বেদেশতমাত্ৰআঢ়ৈশ কিলোমিটাৰপথতহেমেট্রোৰে’ল চলিছিল। এতিয়াএই পৰিমাণ বৃদ্ধি হৈ ৬৫৫ কিলোমিটাৰ হৈছেগৈ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, দেশজুৰিমেট্রোৰে’ল আৰু অন্যান্য পৰিবহনব্যবস্থাৰসুযোগগ্ৰহণৰবাবেএকাধিককার্ডব্যৱহাৰৰ পৰিৱর্তেএখনেই কার্ডব্যৱহাৰৰলক্ষ্যৰে ‘কমনমবিলিটিকার্ড’ আৰম্ভ কৰা হৈছে। এইকাৰ্ডে ‘একদেশএককার্ড’-ৰ পৰিকল্পনাকবাস্তৱায়িত কৰিব। সম্পূর্ণদেশীয়প্ৰযুক্তিৰে প্ৰস্তুত কৰাএইকার্ডৰফলতআন্তর্জাতিকক্ষেত্রতনির্ভৰতাদূৰ হ’ল। পৃথিৱীৰভিতৰত যিকেইখন দেশতৰাজহুৱা পৰিৱহন ব্যৱস্থাত ‘একদেশএককার্ড’ ব্যবস্থা চলি আছে, সেই দেশসমূহৰ ভিতৰত এতিয়া ভাৰতেও স্থান অধিকাৰ কৰিলে।

প্ৰধানমন্ত্ৰীয়েগুজৰাটৰউন্নয়ন প্ৰক্ৰিয়াত ৰাজ্যচৰকাৰআৰু কেন্দ্রীয়চৰকাৰেৰবিভিন্নউদ্যোগৰকথাওউল্লেখকৰে। এইসমূহউন্নয়নমূলকপ্ৰকল্পৰভিতৰত আছেজলসৰবৰাহব্যৱস্থা, সকলোৰেবাবে বিদ্যুৎ, আন্তঃগাঁথনিউন্নয়ন, সকলোৰে বাবে ঘৰআৰু দৰিদ্ৰ লোকৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ। প্ৰধানমন্ত্ৰীয়েৰাজ্যখনৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰলোকসকলৰ বাবে গৃহীতবিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে তেওঁৰ ভাষণত।

প্ৰধানমন্ত্ৰীয়েকয়, বিগতভালেমানদশকধৰিগুজৰাটতযি পৰিৱর্তনহৈছে, ইয়াৰ অন্তৰালত আছেসুসংহত পৰিকল্পনাআৰু ৰাজ্যবাসীৰকঠোৰ পৰিশ্ৰম। তেওঁ লগতে কয়, উন্নয়নবাস্তৱায়িতকৰণৰক্ষেত্রতগুজৰাটসদায়েই অনুকৰণীয় হৈ থাকিব। সমগ্ৰ গুজৰাটতেই বিভিন্ন ধৰণৰআন্তঃগাঁথনিমূলকউন্নয়নপ্ৰকল্পইৰাজ্যতব্যাপক পৰিৱর্তনআনি দিছে।

প্ৰধানমন্ত্ৰীয়েকয়, যেতিয়ালোথালমেৰিটাইমহেৰিটেজকমপ্লেক্সৰকামসম্পূর্ণ হ’বতেতিয়া ই হৈ উঠিব সমগ্ৰ ৰাজ্যৰেইপর্যটনউদ্যোগৰ এক আকর্ষণীয়স্থান। ইয়াতেই প্রাচীনভাৰতৰসামুদ্রিকবাণিজ্যৰবিষয়েওজনাযাব। তেওঁ কয়, এইসংগ্ৰহালয়টোৰআন্তর্জাতিকমানো অক্ষুণ্ণ থাকিব।

শ্রীনৰেন্দ্ৰমোদীয়েকয়, কেন্দ্রীয়চৰকাৰেস্বাস্থ্যসেৱাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে কয়, চৰকাৰেদেশজুৰিউন্নতস্বাস্থ্যসেৱাৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসা মহাবিদ্যালয়। সমগ্ৰ গুজৰাটতেই বিশ্বমানৰ স্বাস্থ্য সেৱা উপলব্ধ কৰোৱাৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয়, ‘মেডিচিটি’ নিৰ্মাণ হ’লে ১০ হাজাৰৰোগী ইয়াৰ দ্বাৰা উপকৃত হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দূর্নীতিৰ পৰা উগ্ৰবাদলৈ যিকোনো ধৰণৰ বিপদৰ সৈতে যুঁজ দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ। তেওঁজনসাধাৰণক আস্থা প্ৰদান কৰি কয়, যিসকলে দেশৰবিৰুদ্ধেকাম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিৰোধীদলসমূহেদেশৰনিৰাপত্তাক লৈ ভোটবেংকৰ ৰাজনীতি কৰা উচিত নহয়। এনেধৰণৰকার্যকলাপেদেশৰসশস্ত্ৰবাহিনীসমূহৰ মনত উদ্যম নাইকিয়া কৰিব আৰু শত্ৰুপক্ষক শক্তিশালী কৰি তুলিব বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

 Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA

Media Coverage

India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”