Technology is changing at speed of thought, necessity not the mother of invention anymore, says PM Modi in Dubai
The 6 R's - reduce, reuse, recycle, recover, redesign, re-manufacture - and technology will take us to a point where we can rejoice: PM Modi
In Dubai, PM Modi says Governments must ensure technology is used for development, not destruction
Technology has empowered the common man, which has given a fillip to minimum government, maximum governance: PM at #WorldGovernmentSummit
We are created an innovation ecosystem in India via the Start-up India programme, India has become a start-up nation: PM Modi in Dubai
India’s unique identity programme (Aadhaar) is the largest in the world, with Aadhaar, we have stopped leakage worth $8 billion: PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত বিশ্ব চৰকাৰ সন্মিলনত মূল ভাষণ দিয়ে য’ত ভাৰতক মূখ্য অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষষ্ঠ বিশ্ব চৰকাৰ সন্মিলনত ভাৰতক মূখ্য অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰাতো কেৱল তেওঁৰ বাবেই নহয়, ১২৫ কোটি ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা।

 

অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “চিন্তাৰ দৌৰৰ লগত ফেৰ মাৰি প্ৰযুক্তিৰ উন্নয়ন হৈছে। বিশ্বৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে শক্তিশালী মাধ্যমৰ ভূমিকা লৈছে। কম শাসন আৰু অধিক প্ৰশাসনৰ যোগেদি ই সাধাৰণ নাগৰিকক উপকৃত কৰিছে। ই-প্ৰশাসনৰ ক্ষেত্ৰত ‘ই’-ৰ অৰ্থ হৈছে ‘ইফেক্টিভ’, ‘এফিচিয়েন্ট’, ‘ইজি’, ‘এম্পাৱাৰ’ আৰু ‘ইকুইটি’।”

তেওঁ লগতে কয়, “আমি ৬ টা ‘আৰ’ মানি চলাটো দৰকাৰ, যি আমাক আনন্দ প্ৰদান কৰিব পাৰে, সেই কেইটা হ’ল – ‘ৰিডিউচ’, ‘ৰি-ইউজ’, ‘ৰি-চাইকল’, ‘ৰি-ডিজাইন’ আৰু ‘ৰি- মেনুফেক্চাৰ’।”

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"AI Summit Turning Point For How World Will Use AI": PM Modi In Mann Ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the demise of former Union Minister, Shri Mukul Roy
February 23, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the passing away of former Union Minister, Shri Mukul Roy. Shri Modi said that Shri Mukul Roy will be remembered for his political experience and efforts to serve society.

In a post on X, the Prime Minister said:

“Pained by the passing of former Union Minister Shri Mukul Roy Ji. He will be remembered for his political experience and efforts to serve society. Condolences to his family and supporters. Om Shanti.”