Our saints and seers have guided the nation since ages. They have not only protected but also furthered our culture: PM
PM remembers Bhagwan Basaveswara, says government has adopted His ideals in it's decision making
PM Modi highlights various initiatives of the Centre that are transforming lives of the commons
Saints and seers have a vital role to play in maintaining unity of the nation and eliminating societal evils: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় জন জাগৃতি ধৰম সন্মিলন সম্বোধন কৰে৷
সকলোকে উগাড়ীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে উগাড়ী হ’ল নতুন আৰম্ভণি আৰু নতুন আশাৰ উৎসৱ৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিৰ্দিষ্ট লক্ষ্য আৰু সময়সীমা সন্মুখত লৈ বিভিন্ন আঁচনিৰ কামসমূহ কৰি আছে৷ 

ভাষণ প্ৰসংগত তেওঁ জন ধন একাউণ্ট মুকলি, দৰিদ্ৰৰ বাবে বীমা, উজ্জলা ৰন্ধন গেছ সংযোগ, মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ইত্যাদি আঁচনিসমূহৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে৷

তেওঁ কয় যে আন্তঃগাথনি উন্নয়নৰ গতি লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে৷ আয়ুস্মান ভাৰত আৰু ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযানৰ কথাও তেওঁ উনুকিয়ায়৷ তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযানৰ ফলস্বৰূপে দেশ স্বচ্ছতাৰ দিশে সঠিক ৰূপত আগবাঢ়িছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে এতিয়া বিচাৰে যে অতি সোনকালে দেশখনে নিজৰ দূৰ্বলতাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰক৷ চৰকাৰে দেশ নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰমেৰে কাম কৰি আছে আৰু সকলোৰে সহায়-সহযোগিতাই এই প্ৰচেষ্টাক অধিক গতি প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI at department store in France

Media Coverage

India launches UPI at department store in France
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”