QuoteIndia is one of the world's leading digital economies and we're developing digital infrastructure at rapid pace: PM
QuoteDigital audit & digital governance can strengthen institutional memory for several organisations: PM Modi
QuoteI'm sure that CAG will play a strong role in the formation of New and Clean India: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

|

কেগৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াকে ধৰি সকলোৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈছে৷ কেগৰ বিশ্বাসযোগ্যতা আৰু শক্তিৰ মূল উৎসৰ মুলতে দায়িত্বশীল হিচাপ ৰক্ষকসকল বুলি তেওঁ বিশ্বাস কৰে৷ দীর্ঘদিনীয়া এই প্ৰতিষ্ঠানৰ পৰিৱর্তন সাধন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ অৱশ্যে সেয়া বাস্তবায়িত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান৷

|

প্ৰধানমন্ত্রীয়ে কয় যে বৰ্তমান সময়ত সংস্কাৰক লৈ আলোচনা কৰাটো সচাকৈয়ে এক ডাঙৰ কথা কিন্তু প্ৰকৃত সংস্কাৰ তেতিয়াহে সম্ভৱ, যেতিয়া প্ৰত্যেকে সম্পূৰ্ণ দায়বদ্ধতাৰে সততাৰে সংস্কাৰত ব্ৰতী হ’ব৷ দেশৰ প্ৰতিখন চৰকাৰ আৰু কেগকে ধৰি প্ৰতিটো সংগঠনৰ ক্ষেত্রত এই কথা প্ৰযোজ্য।

|

তেওঁ কয় যে কেগৰ হিচাপ পৰীক্ষাৰ কামত পৰিৱর্তন আহিছে৷ কেগে যি কাম কৰে, প্ৰশাসনৰ ওপৰত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ কেগৰ হিচাপ পৰীক্ষাৰ পদ্ধতিয়ে বেছি সময় নলয়। বর্তমান কেগ প্লাছক উন্নীতকৰণৰ প্ৰক্রিয়া আৰম্ভ হৈছে।

Click here to read full text speech

  • Amit shing Raghuwanshi September 12, 2024

    जय हों मोदी जी
  • Reena chaurasia August 29, 2024

    मोदी
  • Kishor choudhari January 03, 2024

    जय ho
  • Babla sengupta December 28, 2023

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India well-placed to benefit from tariff-led trade shifts, says Moody’s

Media Coverage

India well-placed to benefit from tariff-led trade shifts, says Moody’s
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Swami Vivekananda Ji on his Punya Tithi
July 04, 2025

The Prime Minister, Shri Narendra Modi paid tribute to Swami Vivekananda Ji on his Punya Tithi. He said that Swami Vivekananda Ji's thoughts and vision for our society remains our guiding light. He ignited a sense of pride and confidence in our history and cultural heritage, Shri Modi further added.

The Prime Minister posted on X;

"I bow to Swami Vivekananda Ji on his Punya Tithi. His thoughts and vision for our society remains our guiding light. He ignited a sense of pride and confidence in our history and cultural heritage. He also emphasised on walking the path of service and compassion."