QuoteWoman power in Manipur has always been a source of inspiration for the country: PM Modi
QuoteIndia’s growth story shall never be complete until the eastern part of our country progresses at par with the western part: PM Narendra Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মণিপুৰত ৭৫০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয়, ১,০০০টা অংগনৱাড়ী কেন্দ্রকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৰানী গাইদিনলু পার্কত লুয়াংপোকপা মাল্টি স্পর্টছ কমপ্লেক্স তথা আৰু একাধিক উন্নয়নমুলক প্রকল্পৰো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লুয়াংছাংবামত এখন জনসভাতো ভাষণ আগবঢ়ায়।

অত্যুৎসাহী দৰ্শকক সম্বোধন কৰি প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত বিগত এবছৰ ধৰি মণিপুৰত যিবোৰ উন্নয়নমূলক কাম হৈ আছে তাৰ বাবে ৰাজ্য চৰকাৰক প্রশংসা কৰে।

|

তেওঁ কয়, আজি যিবোৰ প্রকল্পৰ শুভাৰম্ভ কৰা হৈছে, সেইবোৰ এই ৰাজ্যৰ প্রতিভাবান যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা, তেওঁলোকৰ কর্মসংস্থাপন, মহিলা সবলীকৰণ আৰু যোগাযোগৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত।। তেওঁ কয় যে উত্তৰ-পূর্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্রীড়া দক্ষতা আৰু প্রতিভাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। প্রধানমন্ত্রীয়ে শেহতীয়াকৈ আৰম্ভ কৰা ‘খেলো ইণ্ডিয়া’ প্ৰচেষ্টাৰ সর্বাধিক সুযোগ গ্রহণৰ বাবে মণিপুৰৰ যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনায়। সদ্যসমাপ্ত ‘খেলো ইণ্ডিয়া’ গেম্‌ছত অসাধাৰণ ক্রীড়া নৈপুণ্য প্রদর্শনৰ বাবে তেওঁ মণিপুৰৰ যুৱকসকলক প্রশংসা কৰে। তেওঁ কয় যে মাল্টি স্পর্টছ কমপ্লেক্সে এই যুৱক-যুৱতীসকলক খেলাধূলাৰ প্রশিক্ষণ আৰু প্রতিযোগিতাৰ সুযোগ প্ৰদান কৰিব।

|

প্রধানমন্ত্রীয়ে কয় যে খেলাধূলাৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণৰ এক পথ দেখিছে মণিপুৰে। তেওঁ মীৰাবাঈ চানু আৰু সৰিতা দেবীৰ দৰে ৰাজ্যখনৰ বিখ্যাত ক্রীড়া ব্যক্তিত্বৰ প্রশংসা কৰে। ৰাজ্য চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা বাকী পদক্ষেপবোৰৰ বাবে ৰাজ্য চৰকাৰক প্রশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। প্রসংগক্ৰমে তেওঁ ১,০০০টা নতুন অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। তদুপৰি, শেহতীয়াকৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে কয় যে উত্তৰ-পূর্বাঞ্চলৰ বাবে চৰকাৰৰ দৃষ্টিভংগী হৈছে ‘পৰিবহণৰ মাধ্যমেৰে পৰিৱৰ্তন সাধন কৰা’। প্রধানমন্ত্রীয়ে লগতে কয় যে উত্তৰ-পূর্বাঞ্চল ভাৰতৰ অর্থনৈতিক বিকাশৰ নতুন ‘ইঞ্জিন’ হৈ উঠিব পাৰে। প্ৰধানমন্ত্ৰীয়ে চৰকাৰে দেশৰ অন্যান্য অঞ্চলৰ সমান্তৰালভাৱে অর্থনৈতিক বিকাশৰ ক্ষেত্রত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সামঞ্জস্য ৰক্ষাৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা লোৱা বুলিও কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত চাৰি বছৰত তেওঁ ২৫বাৰতকৈও অধিক উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিছে।

|

প্রধানমন্ত্রী কয় যে কেন্দ্রীয় চৰকাৰে এই অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব দিছে। পথ আৰু ৰে’ল যোগাযোগ স্থাপনত চৰকাৰে অনুমোদন জনোৱা বিভিন্ন প্ৰচেষ্টাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

|

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ নাগৰিককেন্দ্রিক বিভিন্ন প্ৰচেষ্টাৰ প্রশংসা কৰি কয় যে ইয়াৰ জৰিয়তে সুন্দৰভাবে ৰাজহুৱা অভিযোগেৰ নিষ্পত্তি কৰা সম্ভৱ।

প্রধানমন্ত্রীয়ে স্মৃতি ৰোমন্থন কৰি কয় যে ১৯৪৪ চনৰ এপ্রিল মাহত নেতাজী সুভাষ চন্দ্র বসুৰ আজাদ হিন্দবাহিনীয়ে স্বাধীনতাৰ উদাত্ত আহ্বান জনাইছিল। তেওঁ কয় যে আজি সেই মণিপুৰেই নতুন ভাৰতৰ উত্থানত এক গুৰুত্বপূর্ণ ভূমিকা পালনৰ সিদ্ধান্ত লৈছে।

Click here to read PM's speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Lessons from Operation Sindoor’s global outreach

Media Coverage

Lessons from Operation Sindoor’s global outreach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 47th Annual General Meeting of Prime Ministers Museum and Library (PMML) Society in New Delhi
June 23, 2025
QuotePM puts forward a visionary concept of a “Museum Map of India”
QuotePM suggests development of a comprehensive national database of all museums in the country
QuoteA compilation of all legal battles relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency: PM
QuotePM plants a Kapur (Cinnamomum camphora) tree at Teen Murti House symbolizing growth, heritage, and sustainability

Prime Minister Shri Narendra Modi chaired the 47th Annual General Meeting of the Prime Ministers Museum and Library (PMML) Society at Teen Murti Bhawan in New Delhi, earlier today.

During the meeting, Prime Minister emphasised that museums hold immense significance across the world and have the power to make us experience history. He underlined the need to make continuous efforts to generate public interest in museums and to enhance their prestige in society.

Prime Minister put forward a visionary concept of a “Museum Map of India”, aimed at providing a unified cultural and informational landscape of museums across the country.

|

Underlining the importance of increased use of technology, Prime Minister suggested development of a comprehensive national database of all museums in the country, incorporating key metrics such as footfall and quality standards. He also suggested organising regular workshops for those managing and operating museums, with a focus on capacity building and knowledge sharing.

Prime Minister highlighted the need for fresh initiatives, such as creation of a committee consisting of five persons from each State below the age of 35 years in order to bring out fresh ideas and perspectives on museums in the country.

|

Prime Minister also highlighted that with the creation of museum on all Prime Ministers, justice has been done to their legacy, including that of the first Prime Minister of India Shri Jawaharlal Nehru. This was not the case before 2014.

Prime Minister also asked for engaging top influencers to visit the museums and also invite the officials of various embassies to Indian museums to increase the awareness about the rich heritage preserved in Indian Museums.

Prime Minister advised that a compilation of all the legal battles and documents relating to the Emergency period may be prepared and preserved in light of the completion of 50 years after the Emergency.

|

Prime Minister highlighted the importance of preserving and documenting the present in a systematic manner. He noted that by strengthening our current systems and records, we can ensure that future generations and researchers in particular will be able to study and understand this period without difficulty.

Other Members of the PMML Society also shared their suggestions and insights for further enhancement of the Museum and Library.

Prime Minister also planted a Kapur (Cinnamomum camphora) tree in the lawns of Teen Murti House, symbolizing growth, heritage, and sustainability.