PM issues statement before his departure to China

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭-২৮ এপ্ৰিল, ২০১৮ত চীনৰ য়ুহান ভ্ৰমণ কৰিব। চীনলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নিম্নোলিখিত প্ৰেছ বিবৃতি প্ৰেৰণ কৰেঃ

“চীনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জি জিনপিঙৰ সৈতে এক আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে অহা ২৭-২৮ এপ্ৰিল, ২০১৮ত চীনৰ য়ুহান ভ্ৰমণ কৰিম।

ৰাষ্ট্ৰপতি জি আৰু মই দ্বিপাক্ষিক আৰু বৈশ্বিক গুৰুত্ব থকা বিভিন্ন বিষয় সন্দৰ্ভত মত-বিনিময় কৰিম। আমি উভয়ে ৰাষ্ট্ৰৰ উন্নয়নমুলক ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী আৰু অগ্ৰাধিকাৰৰ বিভিন্ন দিশ, বিশেষকৈ বৰ্তমান আৰু ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিম।

আমি ভাৰত-চীনৰ মাজৰ সম্পৰ্কৰ কৌশলগত আৰু দীৰ্ঘকালীন প্ৰেক্ষাপতৰ উন্নয়নৰো পৰ্যালোচনা কৰিম।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two-wheeler exports seen rising up to 20% as Africa demand recovers: Ind-Ra

Media Coverage

Two-wheeler exports seen rising up to 20% as Africa demand recovers: Ind-Ra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 আগষ্ট 2026
August 19, 2026

Defence to Diamonds: How PM Modi’s Vision Turned India into a Global Capability Hub