২৬ ফেব্ৰুৱাৰী, ২০২৩ৰমন কি বাত কাৰ্যসূচীৰ বাবে নাগৰিকৰ দিহা-পৰামৰ্শ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে সম্প্ৰচাৰ ব্যৱস্থাৰ সৈতে জড়িত সকলো ৰেডিঅ’ শ্ৰোতা, আৰ.জে আৰু আন সকলোকে সম্ভাষণ জনাইছে। শ্ৰী মোদীয়ে নাগৰিকসকলক ২৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সম্প্ৰচাৰ হ’বলগীয়া মন কি বাত কাৰ্যসূচীৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ শ্বেয়াৰ কৰিবলৈও আহ্বান জনাইছে।

ধাৰাবাহিক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে সকলো ৰেডিঅ' শ্ৰোতা, আৰ.জে আৰু সম্প্ৰচাৰ ব্যৱস্থাৰ সৈতে জড়িত আন সকলোকে শুভেচ্ছা জনাইছো। ৰেডিঅ'ই উদ্ভাৱনীমূলক অনুষ্ঠানৰ জৰিয়তে জীৱন উজ্জ্বল কৰি ৰাখক আৰু মানৱ সৃষ্টিশীলতা প্ৰদৰ্শন কৰক।"

‘যিহেতু আজি বিশ্ব ৰেডিঅ’ দিৱস, গতিকে এই সুযোগতে মই অহা ২৬ ফেব্ৰুৱাৰী,২০২৩ত সম্প্ৰচাৰ হ’বলগীয়া ৯৮সংখ্যক মনকীবাত অনুষ্ঠানৰ কথাও আপোনালোক সকলোকে সোঁৱৰাই দিব বিচাৰিছো। এই অনুষ্ঠানৰ বাবে আপোনালোকৰ দিহা-পৰামৰ্শসমূহআমাৰ সৈতে শ্বেয়াৰ কৰক।MyGov, NaMo Appত লিখক বা ১৮০০-১১-৭৮০০ নম্বৰডায়েল কৰি আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s data centre boom: Rising demand for power and water

Media Coverage

India’s data centre boom: Rising demand for power and water
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister wishes for the speedy recovery of Shri Ajay Rai
May 02, 2026

Prime Minister Shri Narendra Modi has wished for the speedy recovery of Shri Ajay Rai.

The Prime Minister stated that he received the news of Shri Ajay Rai being unwell and wished for him to get well at the earliest.

The Prime Minister posted on X:

"उत्तर प्रदेश कांग्रेस अध्यक्ष अजय राय जी के अस्वस्थ होने का समाचार प्राप्त हुआ है। मैं उनके जल्द से जल्द स्वस्थ होने की कामना करता हूं।"