PM Modi meets and felicitates the medal winners of the 2018 Asian Para Games
PM Modi compliments 2018 Asian Para Games athletes for contributing to raising India's profile on the global stage

এছিয়ান পেৰা গেমছত পদক বিজয়ী এথলীটসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পদকবিজয়ী খেলুৱৈসকলৰ সাফল্যত সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁলোকৰ প্ৰদৰ্শনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মানসিক শক্তিয়ে খেলুৱৈসকলৰ সাফল্যৰ প্ৰধান চাঁবি-কাঠি৷ গোলকীয় স্তৰত ভাৰতৰ বৰ্ধিত ভাৱমূৰ্তি অধিক উজ্জ্বল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এথলীটসকলক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে পদকবিজয়ী খেলুৱৈসকলৰ প্ৰশিক্ষকৰো শলাগ লয়৷

তেওঁ এথলীটসকলক আশা আৰু উদ্যম অক্ষুন্ন ৰাখি অধিক সাফল্যৰ অধিকাৰী হ’বলৈ আহ্বান জনায়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership