প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰী জোকো উইড’ড’ক অভিনন্দন জনায়৷ ‘‘ৰাষ্ট্ৰপতি @jokowi ক আমাৰ ওচৰ চুবুৰীয়া ইণ্ডোনেচিয়াৰ পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছো৷ তেওঁৰ সবল নেতৃত্বত আমাৰ বন্ধুত্ব তথা কৌশলগত মিত্ৰতা অধিক শক্তিশালী হ’ব বুলি মই আশা প্ৰকাশ কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 4 Lakh Tonne Of Corn In Q4FY25: USDA

Media Coverage

India Exports 4 Lakh Tonne Of Corn In Q4FY25: USDA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the divine and benevolent grace of Goddess Kushmanda
March 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit subhashitam today, highlighting the divine and benevolent grace of Goddess Kushmanda .

The Prime Minister wrote on X:

"अदम्य साहस और आध्यात्मिक शक्ति की प्रतीक मां कूष्मांडा का चरण-वंदन! उनकी दिव्य ऊर्जा से हर हृदय में नवचेतना जागृत हो।

सुरासम्पूर्णकलशं रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे॥"