‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ'ৰ্ট কাৰ্ড ২০২৩’ত "এ+" ‘ৰেটিং’ লাভ কৰাৰ বাবে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এ+ ৰেটিং’ লাভ কৰা কেন্দ্ৰীয় বেংকৰ তিনিগৰাকী গভৰ্ণৰৰ তালিকাৰ শীৰ্ষত ৰখা হৈছে শ্ৰী দাসক।

 

‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ এটা ‘টুইট’ৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰে

 

"ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জনাইছোঁ। এইটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, যি বিশ্বৰ মঞ্চত আমাৰ বিত্তীয় নেতৃত্বক প্ৰতিফলিত কৰে। তেওঁৰ নিষ্ঠা আৰু দৃষ্টিভঙ্গীয়ে আমাৰ দেশৰ বিকাশৰ গতিপথ শক্তিশালী কৰি ৰাখিছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum

Media Coverage

'Will walk shoulder to shoulder': PM Modi pushes 'Make in India, Partner with India' at Russia-India forum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions