প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

“ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো৷ মই বিশ্বাসী যে তেওঁৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বৰ অধীনত আমাৰ বন্ধুত্ব আৰু ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক বৃদ্ধি আৰু প্ৰসাৰিত হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture