Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক টেলিফোনেৰে অভিনন্দন জনায়৷

ভাৰতৰ সমূহ জনসাধাৰণৰ তথা নিজৰ তৰফৰ পৰা শুভেচ্ছা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাজাপাকছাৰ নেতৃত্বত শ্ৰীলংকাৰ জনসাধাৰণে শান্তি, উন্নতি আৰু ভ্ৰাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক বান্ধোন শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে৷

শ্ৰী ৰাজাপাকছাই প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তাৰোপৰি তেওঁ ভাৰতৰ সৈতে বিকাশ আৰু সুৰক্ষাৰ দিশত সহযোগিতাৰে কাম কৰিব বুলি দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাজাপাকছাক ভাৰতলৈ নিমন্ত্ৰণ জনায়৷ এই নিমন্ত্ৰণ গ্ৰহণ কৰা হয়৷

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Forex reserves up by USD 1.492 billion to USD 641 billion

Media Coverage

Forex reserves up by USD 1.492 billion to USD 641 billion
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 অক্টোবৰ 2021
October 22, 2021
Share
 
Comments

A proud moment for Indian citizens as the world hails India on crossing 100 crore doses in COVID-19 vaccination

Good governance of the Modi Govt gets praise from citizens