Share
 
Comments

কানাডাত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাষ্টিন ট্ৰিউডিউক উষ্ম অভিনন্দন জনাইছে।

তেওঁ আজি কয়, “অভিনন্দন জাষ্টিন ট্ৰিউডিউ! ভাৰত আৰু কানাডা সদায়েই মূল্যবোধ আৰু গণতন্ত্ৰৰ লগতে বহুমতৰ দ্বাৰা সংযোজিত হৈ আছে। আমাৰ দুয়োখন দেশৰ সম্পৰ্কক আগলৈ অধিক শক্তিশালী কৰি তোলাৰ বাবে কাম কৰাৰ বাবে সদা আগ্ৰহী।”

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
PM Modi to embark on 3-day visit to US to participate in Quad Leaders' Summit, address UNGA

Media Coverage

PM Modi to embark on 3-day visit to US to participate in Quad Leaders' Summit, address UNGA
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ছেপ্টেম্বৰ 2021
September 21, 2021
Share
 
Comments

Strengthening the bilateral relations between the two countries, PM Narendra Modi reviewed the progress with Foreign Minister of Saudi Arabia for enhancing economic cooperation and regional perspectives

India is making strides in every sector under PM Modi's leadership