প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"#Tokyo2020 ৰপৰা আনন্দদায়ক খবৰ লাভ কৰা গৈছে! @BajrangPunia ই লক্ষ্যণীয় যুঁজ দিলে। আপোনাৰ সাফল্যৰ বাবে অভিনন্দন জনালো, যিয়ে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত আৰু আনন্দিত কৰিলে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26

Media Coverage

Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 ফেব্ৰুৱাৰী 2026
February 27, 2026

Citizens Express Heartfelt Gratitude to PM Modi: Make in India Surge, Budget Reforms & India-Israel Saffron Synergy