প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ অভিনেতাজনক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে, বিশেষকৈ তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰতিফলিত হোৱা দেশপ্ৰেমৰ ভাৱনাৰ বাবে তেওঁক স্মৰণ কৰা হয়।

এক্সত এটা পোষ্টত তেওঁ লিখিছে-

"কিংবদন্তি অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰ জীৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন অন্যতম ব্যক্তিত্ব আছিল, যিজনক বিশেষকৈ তেওঁৰ দেশপ্ৰেমমূলক ভাৱনাৰ বাবে স্মৰণ কৰা হয় আৰু সেইটো তেওঁৰ চলচ্চিত্ৰতো প্ৰতিফলিত হৈছিল। মনোজ জীৰ কৰ্মই ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ জাগ্ৰত কৰিছিল আৰু ই পৰৱৰ্তী প্ৰজন্মসমূহকো অনুপ্ৰাণিত কৰি থাকিব। দুখৰ এই সময়ত মোৰ চিন্তা তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে। ওম শান্তি।"

 

  • Preetam Gupta Raja May 27, 2025

    जय श्री राम
  • Gaurav munday May 24, 2025

    💟👮
  • ram Sagar pandey May 18, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय श्रीराम 🙏💐🌹🌹🌹🙏🙏🌹🌹
  • Jitendra Kumar May 16, 2025

    🪷🙏🙏
  • Pratap Gora May 12, 2025

    Jai ho
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha May 11, 2025

    🙏🙏🙏🙏
  • Naresh Telu May 10, 2025

    namo modi ji 🙏🏻🚩🚩
  • Trushal Prabhakarrao Kadu May 08, 2025

    भावपुर्ण श्रद्धांजली
  • Kukho10 May 03, 2025

    PM MODI DESERVE THE BESTEST LEADER IN INDIA!
  • Rajni May 01, 2025

    जय श्री राम 🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Major Boost for Make-in-India: Defence Exports Surge 35-Fold In 11 Years Under Modi Govt, Says Rajnath Singh

Media Coverage

Major Boost for Make-in-India: Defence Exports Surge 35-Fold In 11 Years Under Modi Govt, Says Rajnath Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুন 2025
June 11, 2025

Citizens Appreciate PM Modi’s Transformative Governance: Building an Inclusive and Connected Bharat