প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চিএছ শিৱালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী চিএছ শিৱালীৰ পৰিয়াল আৰু তেওঁৰ সমৰ্থকৰ প্ৰতি সমবেদনাজ্ঞাপন কৰিছো৷
কৰ্ণাটকৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে শ্ৰী শিৱালীক সদায় স্মৰণ কৰিব৷ তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”
My condolences to the family and supporters of Karnataka Minister Shri CS Shivalli.
— Chowkidar Narendra Modi (@narendramodi) March 22, 2019
Shri Shivalli will be remembered for his service to Karnataka. May his soul rest in peace.


