প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তী অভিনেতা দিলীপ কুমাৰ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘দিলীপ কুমাৰজী চলচ্চিত্ৰ জগতৰ কিংবদন্তী হিচাপে স্মৰণীয় হৈ থাকিব। তেওঁ অতুলনীয় প্ৰতিভাৰ গৰাকী আছিল, যাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মজুৰি দৰ্শকসকল আকৰ্ষিত হৈছিল। তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।’

  • Dilip Chakravorty January 04, 2024

    dilip kumar chakarvorty
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Govt to cut by half toll rates for highways with more than 50% structures

Media Coverage

Govt to cut by half toll rates for highways with more than 50% structures
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi extends greetings on the occasion of Lord Jagannath’s Rath Yatra
June 27, 2025

The Prime Minister Shri Narendra Modi today extended greetings on the auspicious occasion of Lord Jagannath’s Rath Yatra.

In separate posts on X, he wrote:

“भगवान जगन्नाथ की रथ यात्रा के पवित्र अवसर पर सभी देशवासियों को मेरी ढेरों शुभकामनाएं। श्रद्धा और भक्ति का यह पावन उत्सव हर किसी के जीवन में सुख, समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए, यही कामना है। जय जगन्नाथ!”

“ପବିତ୍ର ରଥଯାତ୍ରା ଉପଲକ୍ଷେ ହାର୍ଦ୍ଦିକ ଶୁଭେଚ୍ଛା ।

ଜୟ ଜଗନ୍ନାଥ!”