প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ প্ৰাণাহুতি দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে স্বাধীনতা আৰু মানৱ মৰ্য্যাদাৰ বাবে শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ অতুলনীয় ত্যাগ সময়ৰ লগে-লগে প্ৰতিধ্বনিত হৈ মানৱতাক সততা আৰু মমতাৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“আজি আমি সাহস আৰু শক্তিৰ দীপস্বৰূপ শ্ৰীগুৰু টেগ বাহাদুৰ জীৰ প্ৰাণাহুতিৰ কথা স্মৰণ কৰিছোঁ। স্বাধীনতা আৰু মানৱ মৰ্য্যাদাৰ বাবে তেওঁৰ অতুলনীয় ত্যাগ সময়ৰ লগে-লগে প্ৰতিধ্বনিত হৈ মানৱতাক সততা আৰু মমতাৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। তেওঁৰ শিক্ষাই ঐক্য আৰু ন্যায় পৰায়ণতাত গুৰুত্ব আৰোপেৰে ভ্ৰাতৃত্ববোধ আৰু শান্তিৰ সন্ধানত আমাৰ পথ পোহৰাই তোলে।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Overall tally of Dmat accounts in India hits 21 crore

Media Coverage

Overall tally of Dmat accounts in India hits 21 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles demise of Baba Adhav Ji
December 09, 2025

The Prime Minister, Shri Narendra Modi, condoled the passing away of Baba Adhav Ji today.

The Prime Minister said Baba Adhav Ji will be remembered for his efforts to serve society through various causes, notably empowering the marginalised and furthering labour welfare.

In a post on X, Shri Modi wrote:

“Baba Adhav Ji will be remembered for his efforts to serve society through various causes, notably empowering the marginalised and furthering labour welfare. Pained by his passing away. My thoughts are with his family and admirers. Om Shanti.” 

“विविध सामाजिक कामांसाठी आयुष्य वाहून घेत समाजसेवा करणारे, विशेषतः वंचितांचे सबलीकरण आणि कामगार कल्याणासाठी लढणारे बाबा आढावजी, त्यांच्या या कार्यासाठी सदैव स्मरणात राहतील. त्यांच्या निधनाने अतिशय दुःख झाले आहे. त्यांचे कुटुंब आणि प्रशंसकांप्रति माझ्या संवेदना. ॐ शांती.”