প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ চামলিত এক হিমবাহ স্খলনৰ ফলত সৃষ্টি হোৱা দুখজনক দুৰ্যোগত নিহত হোৱাসকলৰ নিকটাত্মীয়ৰ প্ৰত্যেকলৈ প্ৰাইম মিনিষ্টাৰ্ছ নেচনেল ৰিলিফ ফাণ্ডৰ পৰা ২ লাখ টকাকৈ এক সাহায্য অনুমোদন কৰিছে।

তেওঁ গুৰুতৰভাৱে আহতসকলৰ বাবেও ৫০,০০০কৈ টকাৰ এক ধনৰাশি অনুমোদন দিয়ে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে, "PM @narendramodi has approved an ex-gratia of Rs. 2 lakh each from PMNRF for the next of kin of those who have lost their lives due to the tragic avalanche caused by a Glacier breach in Chamoli, Uttrakhand. Rs. 50,000 would be given to those seriously injured."

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto makers clock double-digit growth in April led by Maruti, Tata see sales rise of over 30%

Media Coverage

Auto makers clock double-digit growth in April led by Maruti, Tata see sales rise of over 30%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."