Share
 
Comments
পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ নোনি জিলাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"মণিপুৰৰ নোনি জিলাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। তদুপৰি, আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলো। ভুক্তভোগীসকলক মণিপুৰ চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi"

"বাছ দুৰ্ঘটনাটোত নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
First batch of Agniveers graduates after four months of training

Media Coverage

First batch of Agniveers graduates after four months of training
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Secretary of the Russian Security Council calls on Prime Minister Modi
March 29, 2023
Share
 
Comments

Secretary of the Security Council of the Russian Federation, H.E. Mr. Nikolai Patrushev, called on Prime Minister Shri Narendra Modi today.

They discussed issues of bilateral cooperation, as well as international issues of mutual interest.