১৬ ফেব্ৰুৱাৰীৰ পুৱা ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব৷ চাপমুক্ত হৈ হাঁহিমুখেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয় সম্পৰ্কত তেওঁ মতামত আগবঢ়াব৷
এই মত বিনিময়ৰ জড়িয়তে আপোনাৰ মনৰ ভাৱ আৰু প্ৰশ্ন আগবঢ়োৱাৰ এয়া এক সুযোগ৷