আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে তেওঁৰ অনবদ্য প্ৰদৰ্শনক স্মৰণীয় আখ্যা দি তেওঁৰ উত্তৰোত্তৰ কামনা কৰে আৰু অনাগত ভৱিষ্যতে আৰু সাফল্য কামনা কৰে।

এই সন্দৰ্ভত এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে -

"এক অতি স্মৰণীয় ক্ৰীড়া প্ৰদৰ্শন আৰু এক বিশেষ মেডেল!

পেৰালিম্পিকত জুডোত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হোৱা কপিল পাৰমাৰলৈ অভিনন্দন জনাইছোঁ। পেৰালিম্পিক ২০২৪ত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অশেষ অভিনন্দন! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবেও শুভেচ্ছা জনালোঁ।

#Cheer4Bharat"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুলাই 2026
July 25, 2026

Make in India Goes Global: How PM Modi’s Vision is Turning Trust into Trade & Investment